AssamCity newsCMO AssamHimanta Biswa Sarmaleatest updatenationalPMo indiapolitical

প্ৰধানমন্ত্ৰীৰ ১১ হাজাৰ ৬০০ কোটি টকাৰ উপহাৰত কি কি আছে?

ৰিম’টৰ ছুইচ টিপি ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

খানাপাৰা খেলপথাৰত সম্পন্ন হ’ল প্ৰধানমন্ত্ৰীৰ বিশাল জনসভা। জনসমুদ্ৰত পৰিণত হ’ল খানাপাৰা খেলপথাৰ। ৰিম’টৰ ছুইচ টিপি ১১,৬০০ কোটি টকাৰ প্ৰকল্পৰ শুভাৰম্ভ কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ৰাজ্যবাসীলৈ ১১,৫৯৯ কোটি টকাৰ প্ৰকল্প উপহাৰ দিলে প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰীৰ ১১ হাজাৰ ৬০০ কোটি টকাৰ উপহাৰত কি কি আছে?

প্ৰধানমন্ত্ৰীৰ ১১ হাজাৰ ৬০০ কোটি টকাৰ উপহাৰত কি কি আছে?

অসমমালাৰ দ্বিতীয় সংস্কৰণ উদ্বোধন প্ৰধানমন্ত্ৰীৰ। আধাৰশিলা স্থাপন ৪৩টা পথ, ৩৮খন দলঙৰ। মুকলি শোণিতপুৰ দোলাবাৰী-জামুগুৰি সংযোগী পথ। দোলাবাৰী-জামুগুৰিলৈ ৪৫২ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ। চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন। ৩০০ কোটি টকা ব্যয়ৰে চন্দ্ৰপুৰত নতুন ষ্টেডিয়াম. বিশ্বনাথ চাৰিআলি-গহপুৰলৈ ১,৪৫১ কোটি টকাৰ ৰাষ্ট্ৰীয় ঘাইপথ। ৪৯৮ কোটিটকীয়া মা কামাখ্যা কৰিড’ৰৰ দিব্যলোক পৰিযোজনা।

প্ৰধানমন্ত্ৰীৰ ১১ হাজাৰ ৬০০ কোটি টকাৰ উপহাৰত কি কি আছে?

৩,২৫০ কোটি টকাৰ GMCHৰ আন্তঃগাঁথনি উন্নয়ন। ৫৭৮ কোটি টকাৰ কৰিমগঞ্জ চিকিৎসা মহাবিদ্যালয়। ৩৫৮ কোটি টকা ব্যয়ৰে বিমানবন্দৰ সংযোগী পথ।কপৌফুলৰ আৰ্হিত নিৰ্মাণ হ’ব বিমানবন্দৰৰ টাৰ্মিনেল। ৮৩২ কোটি টকাৰ নেহৰু ষ্টেডিয়াম উন্নীতকৰণ। ২৯৭ কোটি টকা ব্যয়ৰে ঐক্যভৱন নিৰ্মাণৰ শিলান্যাস।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten − 1 =

Back to top button