অৰ্থনৈতিকঅসমদৈনিক বাতৰি

নিৰ্দিষ্ট সময়ত পৰিশোধ কৰক বিদ্যুতৰ বিল, বিল পৰিশোধ নকৰিলে হ’ব এই সমস্যা..

অসমৰ ঘৰুৱা ব্যৱহাৰকাৰীৰ পৰা সংগ্ৰহ কৰা ৰাজহ সন্তোষজনক নহয়

নিৰ্দিষ্ট সময়ত পৰিশোধ কৰক বিদ্যুতৰ বিল। ৰাজ্যবাসীক বিজুলীৰ বিল পৰিশোধ কৰিবলৈ অনুৰোধ জনাইছে The Assam State Electricity Supply Workers Unionয়ে।

বিদ্যুতৰ বিতৰণত কোনো সমস্যা নহোৱাৰ লগতে বিতৰণ সমস্যাত বাধা সৃষ্টি নহ’বৰ বাবেই এই আৱেদন জনাইছে বিদ্যুৎ কৰ্মচাৰী সন্থাই।

সোমবাৰে অনুষ্ঠিত হোৱা এখন সংবাদমেলত কেন্দ্ৰীয় সাধাৰণ সম্পাদক নয়নজ্যোতি চক্ৰৱৰ্তীয়ে কয় যে, অসমৰ ৯২ শতাংশ উপভোক্তাই হৈছে ঘৰুৱা ব্যৱহাৰকাৰী। এই ঘৰুৱা ব্যৱহাৰকাৰীৰ পৰা সংগ্ৰহ কৰা ৰাজহ সন্তোষজনক নহয়। ৫৫ শতাংশ ঘৰুৱা ব্যৱহাৰকাৰীয়ে নিৰ্দিষ্ট সময়ত পৰিশোধ নকৰে বিদ্যুতৰ বিল। সেয়েহে যথেষ্ট লোকচানৰ সন্মুখীন হৈছে বিদ্যুৎ বিভাগ।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

3 × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.