ৰাজনৈতিক

আফগানিস্তানত শীঘ্ৰেই গঠন হ’ব তালিবানৰ চৰকাৰ

আফগানিস্তানৰ সন্ত্ৰাস যিকোনো সময়তে কাশ্মীৰলৈ বিয়পাৰ আশংকা

তালিবানৰ পঞ্জশিৰ দখলৰ দাবী মিছা বুলি নেশ্যনেল ৰেজিষ্টেন্সে আখ্যা দিছে যদিও পঞ্জশিৰ দখলৰ দাবী কৰিছে তালিবানে। তাৰ লগে লগে আফগানিস্তানত শীঘ্ৰেই চৰকাৰ গঠনৰ প্ৰস্তুতি চলাইছে তালিবানে৷ চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনাব পাকিস্তান, চীন, ৰাছিয়া, কাটাৰ, তুৰস্ক, ইৰাণক৷ কিন্তু নাম নাই ভাৰতৰ৷

চিন্তনীয় বিষয়টো হ’ল, আফগানিস্তানৰ সন্ত্ৰাস যিকোনো সময়তে কাশ্মীৰলৈ বিয়পিব পাৰে বুলি ৰাছিয়াই সতৰ্ক কৰি দিছে ভাৰতক৷

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

5 × one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.