জীৱনশৈলীদৈনিক বাতৰিভাৰত

বাটে ঘাটে ফলমূল বিক্ৰী কৰি সন্মানিত হ’ল “পদ্মশ্ৰী” সন্মানেৰে

তেওঁ ফলমূল বিক্ৰী কৰি পোৱা ধনেৰেই নিজ গাঁৱত প্ৰতিষ্ঠা কৰিছিল এখন বিদ্যালয়ৰ

কৰ্ণাটকৰ এজন বিশেষ ব্যক্তি , নাম হাৰেকালা হাজাব্বা।
হাৰেকালা হাজাব্বাই বাটে ঘাটে ফলমূল বিক্ৰী কৰি সোমবাৰে সন্মানিত হৈছে “পদ্মশ্ৰী” সন্মানেৰে। তেওঁ ফলমূল বিক্ৰী কৰি পোৱা ধনেৰেই নিজ গাঁৱত প্ৰতিষ্ঠা কৰিছিল এখন বিদ্যালয়ৰ।
হাজাব্বাৰ এনে মহানুভৱতাৰ বাবে বাবে সোমবাৰে ৰাষ্ট্ৰপতি মহোদয়ে পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰিলে তেঁওক।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

three × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.