Assamassam policeCity newsCMO AssamCrimeঅপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰত

টিহুৰ হাটখোলাৰ পৰা উদ্ধাৰ গুৱাহাটীৰ নিৰুদ্দিষ্ট ছাত্ৰীক, উদ্ধাৰ মধুস্মিতা বৈশ্য, বন্দিতা ভৌমিক… এজাহাৰৰ পিছতে অভিযান মহানগৰ আৰক্ষীৰ

টিহুৰ হাটখোলাৰ পৰা উদ্ধাৰ গুৱাহাটীৰ নিৰুদ্দিষ্ট ছাত্ৰীক

উদ্ধাৰ মধুস্মিতা বৈশ্য, বন্দিতা ভৌমিকক

জুনুমণি ৰামছিয়াৰীৰ বাসগৃহত উদ্ধাৰ দুয়োগৰাকীকে

মাধৱ দাস নামৰ এজনক আটক আৰক্ষীৰ

আটক অৰুণ দাস নামৰ এজন যুৱককো

মাধৱৰ স্বীকাৰোক্তিৰ ভিত্তিত আটক অৰুণক

দুই কিশোৰীক বহিঃৰাজ্যলৈ নিয়াৰ পৰিকল্পনা

বুধবাৰৰ পৰা সন্ধানহীন হৈ আছিল দুয়ো

হোৱাটছএপযোগে যোগাযোগ ৰাখিছিল পৰিয়ালৰে

৫ বছৰ পিছত উভতি আহিম বুলি জনাইছিল দুয়ো

পৰিয়ালে এজাহাৰ দিছিল নুনমাটি আৰক্ষী থানাত

এজাহাৰৰ পিছতে অভিযান চলাইছিল মহানগৰ আৰক্ষীয়ে

বিভিন্ন স্থানত অভিযান চলাইছিল আৰক্ষীয়ে

উদ্ধাৰৰ কথা প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত দিগন্ত বৰাই

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

fourteen − 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.