অসমবতৰ

অসমত অৰেঞ্জ এলাৰ্ট, আগন্তুক ৪ দিনলৈ অসমত হ’ব নেৰানেপেৰা বৰষুণ…

শনিবাৰৰ পৰা সোমবাৰলৈকে অসমত সেমেকা বতৰ, বৰষুণৰ হোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

অসমত হ’ব নেৰানেপেৰা বৰষুণ। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৪ দিনলৈ অসমত হ’ব নেৰানেপেৰা বৰষুণ। অসমৰ লগতে মেঘালয় আৰু উত্তৰ-পূবৰ ছিকিম, অৰুণাচল প্ৰদেশত হ’ব প্ৰচণ্ড বৃষ্টিপাত।

 

বংগোপসাগৰৰ পৰা বলা দক্ষিণ-পশ্চিম বতাহে উত্তৰ-পূবৰ ৰাজ্যসমূহত প্ৰৱেশ কৰাৰ বাবেই বৃষ্টিপাতৰ আশংকা কৰা হৈছে অসমত। নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাত বৃষ্টিপাত আৰু গাজনি ঢেৰেকনিৰ আশংকা কৰা হৈছে। শনিবাৰৰ পৰা সোমবাৰলৈকে অসমত সেমেকা বতৰ, বৰষুণৰ হোৱাৰ কথা ঘোষণা কৰিছে ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.