InternationalInternationalleatest updatenationalPMo indiapoliticalSocialদৈনিক বাতৰিৰাজনৈতিক

আজি দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণ

দিনৰ ১১.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান

আজি ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ শপতগ্ৰহণ

মোহন মাঝি হ’ব ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী

ওড়িশাৰ জনজাতীয় মুখ মোহন মাঝি

মোহন মাঝি হ’ব ওড়িশাৰ প্ৰথম বিজেপিৰ মুখ্যমন্ত্ৰী

বিজেপিৰ শীৰ্ষ নেতা ৰাজনাথ সিঙে ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে মোহন চৰণ মাঝিৰ নাম ঘোষণা কৰে

অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব চন্দ্ৰবাবু নাইডুৱে

দিনৰ ১১.৩০ বজাত শপতগ্ৰহণ অনুষ্ঠান

চতুৰ্থবাৰৰ বাবে অন্ধ্ৰ মুখ্যমন্ত্ৰী হ’ব চন্দ্ৰবাবু নাইডু

প্ৰধানমন্ত্ৰী মোদী, অমিত শ্বাহ উপস্থিত থকাৰ সম্ভাৱনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one + fourteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.