অসমদুৰ্ঘটনা

ONGCত অঘটনঃ থিতাতে নিহিত হ’ল এজন..

ঘটনাৰ ক্ষেত্ৰত ONGCয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে হ'ব লক্ষণীয়

শিৱসাগৰ ONGCত অঘটন। নাজিৰাৰ গেলেকীৰ কল-গাঁৱৰ ১৪০০-১৩ত এই অঘটন। দুৰ্ঘটনাত পতিত হৈ থিতাতে নিহিত হ’ল এজন লোক।

ONGCৰ অকমণ্যতাৰ বাবেই নাজিৰাৰ গেলেকী কলগাঁৱত অৱস্থিত এটা ONGCৰ প্ৰডাক্সন ৰীগত আজি সংঘটিত হ’ল এক ভয়ংকৰ ঘটনা।

কেইবা ফুট উচ্চতাৰ ওখ এটা প্ৰডাক্সন ৰীগৰ ওপৰৰ পৰা পৰি এগৰাকী ONGC খননৰ মুখ্য অভিযন্ত্ৰাৰ থিতাতে নিহত হয়। নিহত ব্যক্তিজন শিমলুগুৰিৰ ৰামুগাঁৱৰ দীনেন কোঁৱৰ বুলি জানিব পৰা গৈছে। দীনেন কোঁৱৰ আছিল ONGC খননৰ মুখ্য অভিযন্ত্ৰা।

এই ঘটনাৰ ক্ষেত্ৰত ONGCয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া সময়তহে হ’ব লক্ষণীয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

two × two =

Back to top button