অসমসাহিত্য

কাব্যঋষি নীলমনি ফুকনলৈ জ্ঞানপীঠ বঁটা

অসমৰ তৃতীয় গৰাকী বৰেণ্য সাহিত্যিকলৈ জ্ঞানপীঠ সন্মান

ৰাজ্যলৈ ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান। কাব্যঋষি নীলমনি ফুকনলৈ জ্ঞানপীঠ বঁটা।

অসমৰ তৃতীয় গৰাকী বৰেণ্য সাহিত্যিকলৈ জ্ঞানপীঠ সন্মান। জীৱনজোৰা সাধনাৰ বাবে জ্ঞানপীঠ বঁটা কবিগৰাকীলৈ।

ইয়াৰ পূৰ্বে সাহিত্যিক গৰাকীয়ে সাহিত্য অকাডেমী বটাঁ, পদ্মশ্ৰী আদি বিভিন্ন সন্মানেৰে সন্মানিত হৈছিল।

 

সম্পৰ্কিত প্ৰবন্ধসমূহ

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব ।

17 − twelve =

Back to top button