অসমচাকৰি

পৰীক্ষা দিবলৈ আহি ক্ষোভ উজাৰিলে প্ৰাৰ্থীয়ে, অনুষ্ঠিত নহ’ল Oil India Limitedৰ পৰীক্ষা…

অসমৰ ১২ জিলাৰ মুঠ ৬২ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। কিন্তু জুৰোডৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত নহ'ল পৰীক্ষা।

Oil India Limitedৰ পৰীক্ষাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। পৰীক্ষা অনুষ্ঠিত নকৰাৰ বাবে ক্ষুব্ধ হৈ পৰিছে প্ৰাৰ্থীসকল।

অসমৰ ১২ জিলাৰ মুঠ ৬২ টা পদৰ বাবে অনুষ্ঠিত হোৱাৰ কথা আছিল পৰীক্ষা। কিন্তু জুৰোডৰ পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত নহ’ল পৰীক্ষা।

জুৰোডৰ বাহিৰে গুৱাহাটীৰ ৭টা কেন্দ্ৰত অনুষ্ঠিত হ’ল পৰীক্ষা। জুৰোডৰ IIFM পৰীক্ষা কেন্দ্ৰৰ বাহিৰে অন্য কেন্দ্ৰত সম্পন্ন হ’ল পৰীক্ষা। দেওবাৰে, পুৱা ৯ বজাৰ পৰা আছিল পৰীক্ষাৰ সময় সূচী।

গুৱাহাটীৰ ৭টা কেন্দ্ৰত ২৫০০ প্ৰাৰ্থীয়ে দিবলৈ আহিছিল পৰীক্ষা। পৰীক্ষা পতাৰ দায়িত্বত আছিল গুজৰাটৰ Edu Test নামৰ এটা প্ৰতিষ্ঠান। কিন্তু জুৰোডৰ পৰীক্ষা কেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত নোহোৱাত ক্ষোভিত হৈ পৰিছে প্ৰাৰ্থীসকল। শীঘ্ৰেই পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ দাবী শিক্ষাৰ্থীৰ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four + 13 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.