অসমগুৱাহাটীদৈনিক বাতৰিভাৰত
উঃ গুৱাহাটী-বেজেৰা সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ, বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক
![উঃ গুৱাহাটী-বেজেৰা সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ, বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক উঃ গুৱাহাটী-বেজেৰা সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ, বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক](https://prathamkhabartv.com/wp-content/uploads/2023/05/North-Ghy-road-issue-thumb-780x470.jpg)
উঃ গুৱাহাটী-বেজেৰা সংযোগী পথৰ জৰাজীৰ্ণ ৰূপ
বিধ্বস্ত পথে জ্বলাকলা খুৱাইছে সাধাৰণ জনতাক
এজাক বৰষুণতে ৰঙামাটিৰে ভৰিছে পথ
অবৈধভাৱে পাহাৰ খনন কৰাত পথৰ দুৰাৱস্থা
লোকনিৰ্মাণ বিভাগৰ কামত অসন্তুষ্ট স্থানীয় ৰাইজ
শীঘ্ৰে পথ মেৰামতিৰ স্থায়ী সমাধানৰ দাবী