অসমঅসম আৰক্ষীগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক
কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন, জব্দ ১৪ লাখ টকা
![কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন, জব্দ ১৪ লাখ টকা কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন, জব্দ ১৪ লাখ টকা](https://prathamkhabartv.com/wp-content/uploads/2023/05/karimganj-money-seized--730x470.jpg)
কৰিমগঞ্জত জব্দ বৃহৎ পৰিমাণৰ ধন
বদৰপুৰ ষ্টেচনত জব্দ ১৪ লাখ টকা
ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছৰ পৰা জব্দ টকাখিনি
এজন লোকে শৰীৰত বান্ধি আনিছিল টকাখিনি
আটক শংকু দেৱ নামৰ লোকজনক
অধিক তথ্যৰ বাবে ৰে’ল আৰক্ষীৰ জেৰা