অসমআঞ্চলিকদৈনিক বাতৰি

ঘৰৰ পদুলিত ফুলনি নহয়, অৰ্থ উপাৰ্জনৰ বুনিয়াদ ৰছিছে উত্তৰ গুৱাহাটীৰ এজন খেতিয়কে…

ঘৰৰ পদুলিত ফুলনি নহয়, অৰ্থ উপাৰ্জনৰ বুনিয়াদ ৰছিছে উত্তৰ গুৱাহাটীৰ এজন খেতিয়কে...

ঘৰৰ পদুলিত ফুলনি নহয়, অৰ্থ উপাৰ্জনৰ বুনিয়াদ ৰছিছে উত্তৰ গুৱাহাটীৰ এজন খেতিয়কে। কুঁহিয়াৰ খেতিৰে উপাৰ্জনৰ বাত বুলিছে উত্তৰ গুৱাহাটীৰ মাধব কলিতাই । উত্তৰ গুৱাহাটী ৰংমহলৰ বাসবৱন চৌহদত এডৰা কুঁহিয়াৰৰ বাগান গঢ়ি তুলি পথাৰ আৰু বজাৰ দখলৰ দৌৰত নামিছে মাধৱ কলিতা ।

৩০ হাজাৰ টকা মুলধনেৰে আৰম্ভ কৰা কুঁহিয়াৰৰ বীজ আনিছিল নগাঁৱৰ পৰা। পৰীক্ষামূলকভাবে কুঁহিয়াৰ খেতি কৰি সফলতাৰ আভাষ দেখি আগন্তুক বৰ্ষত দহ বিঘা ভূমিত কুঁহিয়াৰ ৰোপনৰ সপোন ৰছিছে মাধৱ কলিতাই।

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − ten =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.