CMO AssamElectionHimanta Biswa Sarmaleatest updatenationalpolitical

ভোটগ্ৰহণ শেষ, অপেক্ষা গণনালৈ। কাৰ হাতলৈ যাব দিল্লী?

৪ জুনৰ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগণনা।

ভোটগ্ৰহণ শেষ, অপেক্ষা গণনালৈ। অন্ত পৰিল ২০২৪ৰ নিৰ্বাচন পক্ৰিয়া। EVMত বন্দী হল ৯০৪ গৰাকী প্ৰাৰ্থীৰ ভাগ্য। কাৰ হাতলৈ যাব দিল্লী? মোদী মেজিক নে ৰাহুলৰ ভাৰত জোড়ো? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ পাব ৪ জুনত। এতিয়া অপেক্ষা মাথোঁ ৪ জুনলৈ। ফলাফললৈ মাজত মাত্ৰ এটা দিন।

ইতিমধ্যে ভোটগণনাৰ বাবে সাজু দেশৰ নিৰ্বাচনী আয়োগ। ৪ জুনৰ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হ’ব ভোটগণনা। ৰাজ্যৰ ৫২টা কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগণনা। প্ৰতিটো কেন্দ্ৰত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × 5 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.