অসমগুৱাহাটীদুৰ্ঘটনাদৈনিক বাতৰিভাৰত

হিমাচলত প্ৰকৃতিৰ কালৰূপ অব্যাহত, তাছপাতৰ দৰে খহিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা

হিমাচলত প্ৰকৃতিৰ কালৰূপ অব্যাহত

তাছপাতৰ দৰে খহিছে প্ৰকাণ্ড প্ৰকাণ্ড অট্টালিকা

চিমলাত প্ৰকৃতিৰ বিধ্বংসী ৰূপ

কেমেৰাত আৱদ্ধ ভয়াৱহ দৃশ্য

এইপৰ্যন্ত ৬৫জনৰো অধিক লোকৰ মৃত্যু

নেৰানেপেৰা বৰষুণৰ বাবে জলপ্ৰলয়ৰ সৃষ্টি

চকুৰ সন্মুখতেই তচনচ হিমাচল প্ৰদেশৰ কেইবাটাও প্ৰান্ত

হুৰহুৰাই খহিছে ইটোৰ পিছত সিটো অট্টালিকা

হিমাচলত ধাৰাৱাহিক ভূমিস্খলনো অব্যাহত

উত্তৰাখণ্ডৰ ডাৱৰ বিস্ফোৰণৰ পিছত এইবাৰ হিমাচল

প্ৰাণৰ আশংকাত ভুগিছে হিমাচলৰ বাসিন্দা

বহু লোকে ঘৰ এৰি বিভিন্ন প্ৰান্তত লৈছে আশ্ৰয়

এতিয়াও ধ্বংসস্তুপৰ মাজত আৱদ্ধ বহুজন

উদ্ধাৰকাৰী দলৰ অভিযান অব্যাহত

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + one =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.