Assamঅসমআঞ্চলিকদৈনিক বাতৰি

কাকজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি, দুৰ্গা পূজাৰ ব’নাচক লৈ উত্তপ্ত

কাকজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি, দুৰ্গা পূজাৰ ব’নাচক লৈ উত্তপ্ত

কাকজান চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি

দুৰ্গা পূজাৰ ব’নাচক লৈ উত্তপ্ত

সম্পূৰ্ণ ব’নাচ নিদিয়াৰ অভিযোগ বাগিচা শ্ৰমিকৰ

শ্ৰমিকৰ প্ৰতিবাদত স্তব্ধ বাগিচাৰ কাম-কাজ

মৰিয়নিৰ কাকজান বাগানত শনিবাৰে  বনাচক লৈ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। আগন্তুক দুৰ্গা পূজা উপলক্ষে সমগ্ৰ অসমৰে বাগিছা সমূহত ইতিমধ্যে বনাচক লৈ ওখল মাখল পৰিস্থিতি। তাৰ মাজতে কিছু বাগিছাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় সম্পূৰ্ণ বনাচ নিদিয়াক লৈ। শনিবাৰে মৰিয়নিৰ কাকজান বাগিছাত বাগিছা কৰ্তৃপক্ষই শ্ৰমিকক দুৰ্গাপূজাত ১৪% বনাচ দিব বুলি ঘোষনা কৰাৰ লগে লগে সকলো শ্ৰমিক-কৰ্মচাৰীয়ে এই ঘোষনাৰ বিৰোধ কৰি বাগিছাখনৰ কাম কাজ অচল কৰি তোলে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − fifteen =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.