অসমজীৱনশৈলীবন্যপ্ৰাণী

তিতাবৰৰ এজোপা ঘাতক শিমলু! শিমলু জোপাৰ ফুলৰ ৰস খোৱাৰ লগে লগে মৃত্যু মুখত পৰে চৰাই-চিৰিকটি, কিন্তু কিয়?

তিতাবৰ মোহনাটিং অঞ্চলৰ এজোপা শিমলু গছক লৈ চিন্তিত ৰাইজ। কি আছে এই শিমলু জোপাত?

এজোপা ঘাতক শিমলু! শিমলু জোপাৰ ফুলৰ ৰস খোৱাৰ লগে লগে মৃত্যু মুখত পৰে চৰাই-চিৰিকটি।

তিতাবৰ মোহনাটিং অঞ্চলৰ এজোপা শিমলু গছক লৈ চিন্তিত ৰাইজ। কি আছে এই শিমলু জোপাত?

এইজোপা ৰহস্যময়, ঘাটক শিমলু আছে তিতাবৰ মহকুমা মোহনাটিংত অভিসপ্ত শিমলু গছ জোপাত পৰিলেই মৃত্যুক সাৱতি লয় চৰায়ে৷

গছ জোপাত ফুলি থকা ৰঙা শিমলু ফুলৰ প্ৰতি আকৰ্ষিত হৈ চৰাই পৰেহি এই গছ জোপাত৷ গছত বহাৰ পাছতে চৰাইবোৰ উৰিব নোৱাৰা হয় আৰু মৃত অৱস্থাত গছৰ পৰা তলট সৰি পৰে৷ এইদৰেই প্ৰতিদিনে বহু চৰাইৰ মৃত্যু হয় এই স্থানত৷ কিন্তু কিয় প্ৰতিদিনে চৰাই চিৰিকটি মৃত্যু হৈ আছে সেয়া ৰহস্যৰ আৱৰ্তত। এই ক্ষেত্ৰত বন বিভাগক গুৰুত্ব দিবলৈ আহ্বান জনাইছে স্থানিয় ৰাইজে।

এই ঘটনাই তিতাবৰত এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

four × four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.