অৰ্থনৈতিকঅসমজীৱনশৈলী

পশ্চিমবংগৰ পৰা গুৱাহাটী পালেহি বিশেষ জাহাজ!

পাণ্ডুঘাটত উপস্থিত মালবাহী জাহাজ ‘মেৰাইন-66’

◾পশ্চিমবংগৰ পৰা গুৱাহাটী পালেহি বিশেষ জাহাজ

◾পাণ্ডুঘাটত উপস্থিত মালবাহী জাহাজ ‘মেৰাইন-66’

◾নুমলীগড়ৰ নতুন বায়’-ৰিফাইনেৰীলৈ যাব জাহাজখন

◾পশ্চিমবংগৰ হালদিয়া ঘাটৰ পৰা আহিছে জাহাজখন

◾জাহাজত আছে ইথানল ব্লেনডিং যন্ত্ৰাংশ

◾বায়’-ৰিফাইনেৰীত সংযোগ হ’ব এই যন্ত্ৰাংশ

◾২০০০ মেট্ৰিকটন ষ্টীল কঢ়িয়াই আনিছে জাহাজখনে

◾৫ফেব্ৰুৱাৰীত হালডিয়াৰ পৰা যাত্ৰা কৰিছিল জাহাজখনে

◾শুভাৰম্ভণি কৰিছিল কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালে

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

nine + twelve =

Check Also
Close
Back to top button