অসমক্ৰিকেটখেলগুৱাহাটীভাৰত

হোটেল Radisson Blueত দিল্লী কেপিটেলছৰ সংবাদমেল

সংবাদমেলত অতীত ৰোমন্থন সৌৰভ গাংগুলীৰ - ‘মই ১৪ বছৰতে প্ৰথম আহিছিলোঁ অসমলৈ’।

হোটেল ৰেডিচন ব্লুত দিল্লী কেপিটেলছৰ সংবাদমেল সম্বোধন সৌৰভ গাংগুলীৰ।

উপস্থিত প্ৰশিক্ষক ৰিকি পণ্টিং, শ্বেন ৱাটছন।

সংবাদমেলত অতীত ৰোমন্থন সৌৰভ গাংগুলীৰ – ‘মই ১৪ বছৰতে প্ৰথম আহিছিলোঁ অসমলৈ’, ‘নগাঁৱত প্ৰথমে ক্ৰিকেট মেচ খেলিছিলো’, ‘নেহৰু ষ্টেডিয়াম আৰু মালিগাঁও ষ্টেডিয়ামত খেলিছো’, ‘গুৱাহাটীক লৈ মোৰ বহু ভাল অভিজ্ঞতা আছে’, ‘বৰ্ষাপাৰা ষ্টেডিয়াম বহু ভালকৈ বনাইছে’, ‘উত্তৰ পূৰ্বাঞ্চলে দেশৰ বাবে বহু খেলুৱৈ দিছে’।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five + 16 =

Back to top button