অপৰাধঅসমঅসম আৰক্ষীগুৱাহাটীভাৰতৰাজনৈতিক

ৰঙালী বিহুৰ আনন্দৰ মাজতে উদণ্ড বাইকচালকৰ খুন্দাত এজন যুৱকৰ মৃত্যু    

উদণ্ড বাইক চালকৰ খুন্দাত এজনৰ মৃত্যু... বাইকৰ খুন্দাত পুখুৰীত পৰি মৃত্যু লোকজনৰ...

বিহুৰ মাজতে ডিব্ৰুগড়ত শোকাৱহ পথ দুৰ্ঘটনা

উদণ্ড বাইক চালকৰ খুন্দাত এজনৰ মৃত্যু

বাইকৰ খুন্দাত পুখুৰীত পৰি মৃত্যু লোকজনৰ

মৃত্যু লেজাই দীঘলীয়া গাঁৱৰ কেশৱ ভৰলুৱাৰ

পুৱা পুখুৰীৰ পৰা উদ্ধাৰ লোকজনৰ মৃতদেহ

সন্ধিয়া ঘৰৰ পৰা বিহু খাবলৈ আহিছিল লোকজন

বাইকখনত আহিছিল তিনিজনকৈ যুৱক

অভিযোগ কানাই পাংগিং, বাবু চেতিয়াৰ বিৰুদ্ধে

কৃষ্ণ চেতিয়া নামৰ আন এজনৰ বিৰুদ্ধেও অভিযোগ

ঘটনাক কেন্দ্ৰ কৰি গাঁওখনত উত্তপ্ত পৰিস্থিতি

ঘটনাস্থলীত উপস্থিত আৰক্ষীৰ দল

দোষীক আটক কৰি শাস্তিৰ দাবী ৰাইজৰ

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

one × five =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.