অসমদৈনিক বাতৰি

গৌৰীপুৰত আৰক্ষীৰ জালত ড্ৰাগ্ছ সৰবৰাহকাৰী

গৌৰীপুৰত আৰক্ষীৰ জালত ড্ৰাগ্ছ সৰবৰাহকাৰী

গৌৰীপুৰত আৰক্ষীৰ জালত ড্ৰাগ্ছ সৰবৰাহকাৰী

ড্ৰাগ্ছ বিক্ৰী কৰিবলৈ আহোঁতেই আটক যুৱকজনক

আটক ৰমজান আলী নামৰ সৰবৰাহকাৰীটোক

সৰবৰাহকাৰীটোৰ পৰা জব্দ বুজন পৰিমাণৰ ড্ৰাগ্ছ

অধিক তথ্যৰ বাবে আৰক্ষীৰ সোধা-পোছা অব্যাহত

উল্লেখ্য যে ড্ৰাগছ সৰবৰাহকাৰীজনৰ লগত হাকিম নামৰ আন এজন যুৱক জড়িত বুলি উল্লেখ কৰে ৰমজান আলীয়ে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

12 + twenty =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.