অসমদৈনিক বাতৰিশিক্ষা

গোলাঘাটৰ দক্ষিণহেঙেৰাত চাঞ্চল্যকৰ ঘটনা, পথৰ দাঁতিত দুষ্কৃতিকাৰীয়ে পেলালে গো-মাংসৰ টুকুৰা

গোলাঘাটৰ দক্ষিণহেঙেৰাত চাঞ্চল্যকৰ ঘটনা, পথৰ দাঁতিত দুষ্কৃতিকাৰীয়ে পেলালে গো-মাংসৰ টুকুৰা

গোলাঘাটৰ দক্ষিণহেঙেৰাত চাঞ্চল্যকৰ ঘটনা

পথৰ দাঁতিত দুষ্কৃতিকাৰীয়ে পেলালে গো-মাংসৰ টুকুৰা

বস্তাত ভৰাই পথত পেলালে গো-মাংসৰ অৱশিষ্ট

পুৱা স্থানীয় লোকে প্ৰত্যক্ষ কৰে সমগ্ৰ ঘটনা

ঘটনাস্থলীত উপস্থিত কমাৰবন্ধা আৰক্ষীৰ দল

দুৰ্বৃত্তক গ্ৰেপ্তাৰৰ দাবী স্থানীয় ৰাইজৰ

ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি অব্যাহত প্ৰতিক্ৰিয়া

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 8 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.