Assamleatest updatenationalঅসমআঞ্চলিকদৈনিক বাতৰিভাৰত

MR INDIA খিতাপ দখল মাজুলীৰ ভাস্কৰৰ, বাংগালোৰত চিকিউৰিটী গাৰ্ড কৰে ভাস্কৰে…

MR INDIA খিতাপ দখল মাজুলীৰ ভাস্কৰৰ, বাংগালোৰত চিকিউৰিটী গাৰ্ড কৰে ভাস্কৰে...

MR INDIA খিতাপ দখল মাজুলীৰ ভাস্কৰৰ

বাংগালোৰত চিকিউৰিটী গাৰ্ড কৰে ভাস্কৰে

দেশৰ দুখনকৈ MR INDIAত অংশ ভাস্কৰ পায়েঙৰ

ইণ্টাৰনেশ্বনেল চেম্পিয়নশ্বিপতো পদক লাভ

অসমৰ বাহিৰত গৈ চিকিউৰিটি গাৰ্ড আৰু কোম্পানীত কাম কৰা মাজুলীৰ চিতাদাৰচুকৰ সোণাপুৰৰ ভাস্কৰ পায়েঙে দেশৰ দুখনকৈ মিষ্টাৰ ইণ্ডিয়া আৰু ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰি ব্ৰঞ্জ আৰু চিলভাৰ পদক লাভ কৰিবলৈ সক্ষম হয়। অধিক কষ্টৰে অসমৰ বাহিৰত কাম কৰাৰ লগতে ভাস্কৰে শৰীৰ চৰ্চাটো বিশেষ গুৰুত্ব দিছিল। আজি কমলাবাৰী ফেৰীঘাটত গৈ উপস্থিত হোৱা প্ৰতিভাৱান খেলুৱৈগৰাকীক উষ্ম আদৰণি মাজুলীৰ বিভিন্ন দল-সংগঠনৰ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.