Asian gamesInternationalleatest updateSports

সাঁতোৰত ভাৰতৰ পদক লাভৰ আশাত চেঁচাপানী

চীনৰ সাঁতোৰ দলে সোণ অৰ্জনেৰে ৰচিলে নতুন ৰেকৰ্ড

সাঁতোৰত ভাৰতৰ পদক লাভৰ আশাত চেঁচাপানী

৪x১০০ মিটাৰ ৰীলেত সপ্তম স্থানত থমকিল ভাৰতীয় দল

দলটোত আছিল ধিনিধি, মানা, জাহ্নৱী, অসমৰ শিৱাংগী শৰ্মা

চীনৰ সাঁতোৰ দলে সোণ অৰ্জনেৰে ৰচিলে নতুন ৰেকৰ্ড

টেনিছত ভাৰতীয় দলৰ মিশ্ৰিত ফলাফল

মিক্সড ডাৱলছত ৰোহন বোপান্না, ৰুটুজা ভোছলেৰ ৩য় ৰাউণ্ডত প্ৰৱেশ

পুৰুষৰ ডাবলছত ৰোহন বোপান্না, ইউকী ভাম্ব্ৰী যুটীৰ পৰাজয় বৰণ

প্ৰতিপক্ষ উজবেকিস্তানৰ হাতত পৰাস্ত পুৰুষ ডাৱলছৰ দলটো

দবাত ভাৰতৰ কনেৰু হাম্পিৰ তৃতীয় ৰাউণ্ডৰ খেল ড্ৰ

এছিয়ান গেমছত পূৰ্বে দুবাৰকৈ সোণৰ পদক লাভ কৰিছিল হাম্পিয়ে

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

six + 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.