অসমগুৱাহাটীদৈনিক বাতৰিবতৰভাৰত

১৫০ কিলোমিটাৰ বেগেৰে আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘MOCHA’

মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসমতো প্ৰভাৱ পৰাৰ সম্ভাৱনা....

আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘মুচ্ছা’

১৫০ কিলোমিটাৰ বেগেৰে আহিছে মুচ্ছা

বংগোপ সাগৰৰ ওপৰেৰে পশ্চিমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দিশে মুচ্ছা

আন্দামানৰ প’ৰ্টব্লেয়াৰৰ পৰা ৫১০ কিলোমিটাৰ পশ্চিমে আগবাঢ়িছে ঘূৰ্ণি

চুবুৰীয়া বাংলাদেশ, ম্যানমাৰতো মুচ্ছাৰ প্ৰভাৱ

ত্ৰিপুৰা, মিজোৰামত শনিবাৰৰ পৰা প্ৰৱল বৃষ্টিপাতৰ আশংকা

বৰষুণৰ সমান্তৰালকৈ আহিব প্ৰচণ্ড বতাহ

মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসমতো প্ৰভাৱ পৰাৰ সম্ভাৱনা

সাগৰীয় এলেকাত থকা মৎস্যজীৱীসকলক আঁতৰি থাকিবলৈ সতৰ্কবাণী

prathamkhabarnews

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

thirteen − 2 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.