অসমগুৱাহাটীদৈনিক বাতৰিবতৰভাৰত
১৫০ কিলোমিটাৰ বেগেৰে আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘MOCHA’
মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসমতো প্ৰভাৱ পৰাৰ সম্ভাৱনা....
![১৫০ কিলোমিটাৰ বেগেৰে আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘MOCHA’ ১৫০ কিলোমিটাৰ বেগেৰে আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘MOCHA’](https://prathamkhabartv.com/wp-content/uploads/2023/05/mocha-cyclone-1-780x470.jpg)
আহি আছে সাগৰীয় ঘূ্ৰ্ণি বতাহ ‘মুচ্ছা’
১৫০ কিলোমিটাৰ বেগেৰে আহিছে মুচ্ছা
বংগোপ সাগৰৰ ওপৰেৰে পশ্চিমবংগ, উত্তৰ-পূৰ্বাঞ্চলৰ দিশে মুচ্ছা
আন্দামানৰ প’ৰ্টব্লেয়াৰৰ পৰা ৫১০ কিলোমিটাৰ পশ্চিমে আগবাঢ়িছে ঘূৰ্ণি
চুবুৰীয়া বাংলাদেশ, ম্যানমাৰতো মুচ্ছাৰ প্ৰভাৱ
ত্ৰিপুৰা, মিজোৰামত শনিবাৰৰ পৰা প্ৰৱল বৃষ্টিপাতৰ আশংকা
বৰষুণৰ সমান্তৰালকৈ আহিব প্ৰচণ্ড বতাহ
মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অসমতো প্ৰভাৱ পৰাৰ সম্ভাৱনা
সাগৰীয় এলেকাত থকা মৎস্যজীৱীসকলক আঁতৰি থাকিবলৈ সতৰ্কবাণী