অসমভ্ৰমণৰাজনৈতিক

কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল

সোণোৱালক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি

আজি অসমলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কেন্দ্ৰীয় মন্ত্ৰী হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে অসমলৈ আহিব সৰ্বানন্দ সোণোৱাল।

সোণোৱালক আদৰিবলৈ এতিয়া চলিছে ব্যাপক প্ৰস্তুতি। ৰাজ্যত ৩দিনীয়া অনুস্থিত কৰা হৈছে আশীৰ্বাদ যাত্ৰা।

পুৱা ৯.৪৫ বজাত বৰঝাৰ বিমান বন্দৰত উপস্থিত হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী। কেইবাগৰাকীও দলীয় নেতাই সোণোৱালক আদৰণি জনাব।

সুধাকণ্ঠৰ সমাধিস্থলীত শ্ৰদ্ধাঞ্জলি জনাব সোনোৱালে। লগতে

কামাখ্যা মন্দিৰ দৰ্শন কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে

বিশাল সমদলেৰে আদৰি অনা হ’ব গুৱাহাটীলৈ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

9 − seven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.