leatest updateঅসমপৰিৱেশ

সাৱধান! যিকোনো মুহূৰ্ততে কালৰূপী জলপ্ৰলয়ৰ সম্ভাৱনা।

প্ৰতি ছেকেণ্ডত প্ৰায় ৫ হাজাৰ কিউবিক পানী বাগৰিছে বান্ধৰ ওপৰেৰে

গেৰুকামুখৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ভিতৰত ভয়ংকৰ পৰিস্থিতি।  যিকোনো মুহূৰ্ততে কালৰূপী জলপ্ৰলয়ৰ সম্ভাৱনা। গাইড বান্ধ ভাঙি যোৱাৰ পিছত প্ৰকল্পৰ ভিতৰলৈ সোমাইছে হোৰাহোৰে পানী।

প্ৰতি ছেকেণ্ডত প্ৰায় ৫ হাজাৰ কিউবিক পানী বাগৰিছে বান্ধৰ ওপৰেৰে। ইফালে, নীপকোৱে ৰঙানদী প্ৰকল্পৰ পানী এৰি দিয়াত সৃষ্টি হৈছে অধিক ভয়াৱহতাৰ। যাৰ বাবে এতিয়া যিকোনো মুহূৰ্ততে বিপদৰ আশংকাত আতংকিত নামনি অঞ্চলৰ বাসিন্দা।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

18 − 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.