AssamCity newsnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

আজিৰে পৰা ৰাজ্যত নচলে বাণিজ্যিক বাহন, মটৰ পৰিবহণ সন্থাৰ ৪৮ ঘণ্টীয়া বন্ধৰ আহ্বান……

ৰাজ্যজুৰি স্তব্ধ যাতায়াত ব্যৱস্থা

আজিৰে পৰা ৪৮ ঘণ্টাজুৰি কৰ্মবিৰতি চালকসন্থাৰ

সদৌ অসম মটৰ শ্ৰমিক সন্থাৰ কৰ্মবিৰতি

বন্ধ থাকিব বাণিজ্যিক বাহনৰ লগতে বাছসেৱা

দুদিন ধৰি নচলে দূৰণিবটীয়া দিবা-নৈশ বাছ

ট্ৰাকৰ পৰা টেংকাৰ চালকলৈকে কৰ্মবিৰতি পালন

মটৰ পৰিবহণ সন্থাসমূহৰ যৌথ প্ৰতিবাদী কাৰ্যসূচী

নতুন ফৌজদাৰী আইনৰ ধাৰাৰ বিৰুদ্ধে প্ৰতিবাদ

হিট এণ্ড ৰাণ ধাৰা বাতিলৰ দাবীত ধৰ্মঘট

ধৰ্মঘট অনিৰ্দিষ্টকালীন কৰাৰো হুংকাৰ

কেন্দ্ৰীয় গৃহ সচিবৰ সৈতে অনুষ্ঠিত এখন গুৰুত্বপূৰ্ণ বৈঠক

বৈঠকৰ সিদ্ধান্ত মানিব খোজা নাই অসমৰ পৰিবহণ সংস্থাই

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × 4 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.