Murder

অসম

চুবুৰীয়া ৰাজ্যত অসমৰ যুৱকক নিৰ্মমভাৱে হত্যা

পুনৰ চুবুৰীয়া ৰাজ্য অৰুণাচল-প্ৰদেশত অসমৰ ব্যক্তিক হত্যা! চোকা অস্ত্ৰৰে আঘাত কৰি নিৰ্মমভাৱে হত্যা কৰা ঘটনা পোহৰলৈ আহিছে। জানিব পৰা মতে…

Read More »
অসম

ভয়ংকৰ! মাটি-বাৰীৰ বাবে পৰিকল্পিত হত্যাকাণ্ড…

ভয়ংকৰ! মাটি-বাৰীৰ বাবে পৰিকল্পিত হত্যাকাণ্ড জুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। পৰিয়াল কেন্দ্ৰীক সংঘাত অৰ্থাৎ মাটি-বাৰী কাজিয়াৰ ভয়ানক পৰিনতি, নিহত…

Read More »
অসম

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড! চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা এজনক

মঙলদৈত চাঞ্চল্যকৰ হত্যাকাণ্ড! চিপৰাঙে মৰিয়াই মৰিয়াই হত্যা এজনক পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত কটাহীত সংঘটিত হয় এই জঘন্য হত্যাকাণ্ড। ঘৰৰ ভিতৰৰ…

Read More »
অপৰাধ

মাতৃক হত্যাৰ অপচেষ্টা উদণ্ড পুত্ৰৰ! শাসন কৰাই কাল হ’ল…

পুত্ৰক শাসন কৰি আক্ৰমণৰ বলি হ’ল মাতৃ মাতৃক হত্যাৰ অপচেষ্টা উদণ্ড পুত্ৰৰ খুঁটাত বান্ধি থোৱা হৈছে এজন যুৱকক। নিজ মাতৃক…

Read More »
অপৰাধ

আক্ৰমণ কৰি দা-খন পেলাই দিয়ে পুখুৰীত…এইবাৰ হত্যাকাৰী ৰূপত পুত্ৰবধু

ছয়গাঁৱৰ বামুণীগাঁও নিজ বগাইত চাঞ্চল্যকৰ ঘটনা। বোৱাৰীৰ দাৰ ঘাপত প্ৰাণ গ’ল শাহু সহ এগৰাকী মহিলাৰ। মৃত্যু (৫৫)সুশীলা বড়ো আৰুপ্ৰতিভা ৰাভাৰ।…

Read More »
অপৰাধ

শ্বীনা বৰা হত্যাকাণ্ডৰ নতুন মোৰ! উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান

◾শ্বীনা বৰা হত্যাকাণ্ডৰ নতুন মোৰ! ◾ইন্দ্ৰাণী মুখাৰ্জীৰ জামিন মঞ্জুৰ ◾উচ্চতম ন্যায়ালয়ে জামিন মঞ্জুৰ কৰে ইন্দ্ৰাণী মুখাৰ্জীৰ ◾শ্বীনা বৰা হত্যাকাণ্ড সন্দৰ্ভত…

Read More »
শ্ৰেণীবিহীন

সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত পুনৰ হত্যা

বাক্সাৰ ডুমুনীত চাঞ্চল্যকৰ হত্যাকাণ্ড৷ সভ্য সমাজক লজ্জানত কৰি ডাইনী সন্দেহত একেটা পৰিয়ালৰ দুজনক হত্যা৷ ডুমুনীৰ সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷…

Read More »
অপৰাধ

বৰপেটাৰ অধিবক্তা হত্যাকাণ্ডৰ নতুন মোৰ, পোহৰলৈ আহিছে ন ন তথ্য

◾বৰপেটাৰ অধিবক্তা হত্যাকাণ্ডৰ নতুন মোৰ ◾পোহৰলৈ আহিছে ন ন তথ্য ◾হত্যাকাণ্ডৰ সন্দৰ্ভত মহিলা সহ ৩ অভিযুক্তক আটক ◾মুন মুন বেগম,…

Read More »
অপৰাধ

এক লোমহৰ্ষক হত্যাকাণ্ড! দুই যুৱকক কুঠাৰেৰে ঘপিয়াই হত্যা এজনৰ

◼️ মৰাণত সংঘটিত লোমহৰ্ষক হত্যাকাণ্ড ◼️ দুই যুৱকক কুঠাৰেৰে ঘপিয়াই হত্যা এজনৰ ◼️ লাল বাবু মুণ্ডা, বীৰছা নায়কক হত্যা ◼️…

Read More »
অপৰাধ

ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি; ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা

লাহৰীঘাটত ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ  প্ৰেমিকক  হত্যা। উল্লেখ্য যে, হত্যাৰ বলি হোৱা প্ৰেমিক যুৱকজন দেৱাগুৰীৰ ফাইজুৰ…

Read More »
Back to top button