অপৰাধঅসমঅসম আৰক্ষীআঞ্চলিক

ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি; ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ প্ৰেমিকক হত্যা

হত্যাকাৰী প্ৰেমিক যুগলে পাতিদৈয়া দলঙৰ পৰা পানীত পেলাই দিছিল ফাইজুৰৰ মৃতদেহ।

লাহৰীঘাটত ত্ৰিকোণীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি। ন-প্ৰেমিকৰ সৈতে মিলি পূৰ্বৰ  প্ৰেমিকক  হত্যা।

উল্লেখ্য যে, হত্যাৰ বলি হোৱা প্ৰেমিক যুৱকজন দেৱাগুৰীৰ ফাইজুৰ ৰহমান।

হত্যাকাৰী প্ৰেমিকা লাহৰিপামৰ ৰাজানা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত মৃতদেহ বিচাৰি SDRFৰ অভিযান ইতিমধ্য়ে আৰম্ভ হৈছে।

আনহাতে হত্যাকাৰী ন-প্ৰেমিক গৰৈমাৰীৰ আনিছুৰ ৰহমান বৰ্তমান পলাতক।

হত্যাকাৰী প্ৰেমিক যুগলে পাতিদৈয়া দলঙৰ পৰা পানীত পেলাই দিছিল ফাইজুৰৰ মৃতদেহ।

মৃতদেহ বিচাৰি লাহৰীঘাটৰ জেজিকেপি পথৰ দুখুটি মুখ দলঙৰ তলত SDRF আৰু আৰক্ষীৰ অভিযান আৰম্ভ।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 15 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.