AssamCity newsঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন, ‘জলতৰি’ নামৰ ফেৰীখন আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰত…..

মাজুলীত ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন। কমলাবাৰী ঘাটৰ সমীপত আবদ্ধ ফেৰী। ‘জলতৰি’ নামৰ ফেৰীখন আবদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰত। নিমাতীৰ পৰা ১০.৩০ বজাত আহিছিল ফেৰীখন। ঘটনাস্থলীলৈ ৰাওনা SDRFৰ দ’ল। কেইবাখনো বাহন আৰু অৰ্ধশতাধিক লোক আবদ্ধ।

 

 

 

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

ten + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.