Educationভাৰত

দশম – দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সংক্ৰান্তত CBSEয়ে জাৰি কৰিছে নতুন সিদ্ধান্ত

সোমবাৰে এক জাননী জাৰি কৰিলে CBSE য়ে

দশম – দ্বাদশ শ্ৰেণীৰ পৰীক্ষা সংক্ৰান্তত CBSEয়ে জাৰি কৰিছে নতুন সিদ্ধান্ত।

CBSE য়ে সোমবাৰে এক জাননী জাৰি কৰি ২০২১-২২ বৰ্ষৰ বাবে এক নতুন পৰীক্ষা আঁচনিৰ ঘোষণা কৰে। আঁচনি অনুসৰি চলিত শিক্ষাবর্ষক দুটাকৈ ভাগত বিভক্ত কৰা হ’ব। ৫০% পাঠাক্ৰমেৰে দুটাকৈ ভাগত ভাগ কৰা হ’ব আগন্তুক CBSE পৰীক্ষাসমুহ।

চলিত শিক্ষাবৰ্ষৰ অন্তত CBSE য়ে দশম-দ্বাদশ শ্ৰেণীৰ বাবে ব’ৰ্ডৰ দ্বাৰা পৰীক্ষা পৰিচালিত কৰাৰ সিদ্ধান্ত লৈছে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × four =

Check Also
Close
Back to top button