AssamCMO Assamleatest updateRegionalSocial

অৱশেষত দিছপুৰেও চৰকাৰী মোহৰ লগালে CAAত।

নাগৰিকত্ব লাভৰ আবেদনৰ বাবে মুকলি কৰিলে প’ৰ্টেল।

দেশজুৰি বলৱৎ নাগৰিকত্ব সংশোধনী আইন। অৱশেষত দিছপুৰেও চৰকাৰী মোহৰ লগালে CAAত। অসমতো কাৰ্যকৰী হ’ল নাগৰিকত্ব সংশোধনী আইন (CAA)। কাৰ্যকৰীকৰণৰ বাবে নিৰ্দেশনা অসম গৃহ আৰু ৰাজনৈতিক বিভাগৰ।

২০১৪ৰ ৩১ ডিচেম্বৰৰ পূৰ্বে অহা ধৰ্মীয় বিতাড়িতই পাব নাগৰিকত্ব। হিন্দু, শিখ, বৌদ্ধ, পাৰ্চী, জৈন, খ্ৰীষ্টিয়ান ধৰ্মৰ লোকে পাব নাগৰিকত্ব। নাগৰিকত্ব লাভৰ আবেদনৰ বাবে মুকলি কৰিলে প’ৰ্টেল। indiacitizenshiponline.nic.inত কৰিব পাৰিব আবেদন।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

eighteen + 14 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.