অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

উন্নয়নৰ বাৰ্তা লৈ দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা

উন্নয়নৰ বাৰ্তা লৈ যোৰহাটত মুখ্যমন্ত্ৰী

দুদিনীয়া কাৰ্যসূচীৰে যোৰহাট ভ্ৰমণ মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ

অসম কৃষি বিশ্ববিদ্যালয়ৰ সভাত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

কেইবাটাও প্ৰকল্পৰ শুভ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীক সংগ দিব কেইবাগৰাকীও মন্ত্ৰী-বিধায়কে

মুখ্যমন্ত্ৰীৰ আগমনক লৈ তৎপৰ যোৰহাট প্ৰশাসন

যোৰহাটৰ প্ৰথমখন উৰণ সেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

মুখ্যমন্ত্ৰীৰ উৰণ সেতু উদ্বোধনৰ সময়ত থাকিব এটা গঁড়

গঁড়টো সাজি উলিয়াইছে মানস প্ৰতীম বৰুৱাই

প্ৰায় ডেৰমাহৰ অন্তত নিৰ্মাণ কৰি উলিয়াইছে গঁড়টো

১ বজাত ন-আলিৰ ৰে’লৱেৰ উৰণ সেতু উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

বিয়লি ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰলৈ যাব CM

ঢেকীয়াখোৱা বৰনামঘৰৰ মূল তোৰণ উদ্বোধন কৰিব মুখ্যমন্ত্ৰীয়ে

লাহদৈগড়ৰ মইনাপৰীয়া নামঘৰলৈও যাব মুখ্যমন্ত্ৰী ডঃ শৰ্মা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

seventeen − 14 =

Back to top button