অসমদৈনিক বাতৰি

APSC কেলেংকাৰিত জড়িত নন্দবাবু সিঙক গ্ৰেপ্তাৰ….

APSC কেলেংকাৰিত জড়িত নন্দবাবু সিঙক গ্ৰেপ্তাৰ

APSC কেলেংকাৰিত জড়িত নন্দবাবু সিঙক গ্ৰেপ্তাৰ
শিলচৰৰ পৰা SITএ গ্ৰেপ্তাৰ কৰিছে নন্দবাবু সিঙক
APSCৰ তদানীন্তন প্ৰধান পৰীক্ষা নিয়ন্ত্ৰক নন্দবাবু সিং
নন্দবাবু সিঙে একাধিক প্ৰাৰ্থীৰ বঢ়াই দিছিল নম্বৰ
APSCৰ নথি জ্বলাই দিয়াৰ অভিযোগ আছিল সিঙৰ বিৰুদ্ধে
বৰ্তমান CID কাৰ্যালয়ত SITৰ জেৰা নন্দবাবু সিঙক
কৰিমগঞ্জৰ ADC মিনাৰ্ভা দেৱীৰ পিতৃ নন্দবাবু সিং
জীয়ৰীকো বক্ৰপথেৰে চাকৰি দিছিল বিষয়াগৰাকীয়ে
ইতিমধ্যে মিনাৰ্ভা দেৱীক জেৰাৰ বাবে তলৱ SITৰ
ৰাকেশ পালৰ সোঁহাতস্বৰূপ আছিল নন্দবাবু সিং
এইপৰ্যন্ত APSC কেলেংকাৰিত গ্ৰেপ্তাৰ ৬জনকৈ লোক
ইয়াৰে ভিতৰত ৫জন ৰাজপত্ৰিত বিষয়া

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 + nine =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.