Assamleatest updatenationalঅসমদৈনিক বাতৰিবোলছবিভাৰত

ক’ভিডত মৃত্যু বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ, চেন্নাইত মৃত্যু কেপ্টেইন বিজয়কান্তৰ….

ক’ভিডত মৃত্যু বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ, চেন্নাইত মৃত্যু কেপ্টেইন বিজয়কান্তৰ....

ক’ভিডত মৃত্যু বিশিষ্ট অভিনেতা–ৰাজনীতিকৰ

চেন্নাইত মৃত্যু কেপ্টেইন বিজয়কান্তৰ

দক্ষিণৰ ছবি জগতৰ স্বনামধন্য নাম আছিল বিজয়কান্ত

তামিল ৰাজনীতিৰো আছিল এজন বিশিষ্ট নেতা

DMDK দলৰ প্ৰতিষ্ঠাপক আছিল বিজয়কান্ত

২০১১ চনৰ পৰা ২০১৬ চনলৈ তামিলনাডু বিধানসভাৰ বিৰোধী দলপতি আছিল ডিএমকে দলৰ প্ৰতিষ্ঠাপকজন। প্ৰকৃত নাম যদিও নাৰায়ণ বিজয়ৰাজ আলাগাৰস্লামী কিন্তু কেপ্টেইন বিজয়কান্ত হিচাপেহে তেওঁ জনাজাত আছিল। দাক্ষিণাত্যৰ ছবি জগতৰ এটি অতি জনপ্ৰিয় নাম বিজয়কান্ত আছিল একেধাৰে এজন অভিনেতা, ছবি প্ৰযোজক তথা পৰিচাক। কিছুদিন পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল বিজয়কান্ত। অভিনেতা–ৰাজনীতিবিদজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত বিগত ২৪ ঘণ্টা ভেণ্টিলেচনত ৰখা হৈছিল। আইচিইউত চিকিৎসাধীন অৱস্থাত ৭১ বছৰীয়া অভিনেতা-ৰাজনীতিবিদজনে শেষ নিশ্বাস ত্যাগ কৰে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 17 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.