AssamCity newsCMO AssamEducationnationalpoliticalঅসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিকশিক্ষা

‘কলেজ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হোৱা নাই’ : ৰণোজ পেগু

শিক্ষকৰ সমস্যা লৈ শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ মন্তব্য

‘কলেজ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ দিয়া হোৱা নাই’

‘এইবাৰ আমি Gross enrollment ratioত পিছ পৰিছো’

‘মহাবিদ্যালয় সমূহৰ পৰা তথ্য সমূহ সঠিক ৰূপে দাখিল হোৱা নাই’

‘১২৫খন মহাবিদ্যালয়ৰ তথ্য দাখিল কৰা হৈছে’

‘৬০১ খন চৰকাৰী বে চৰকাৰী মহাবিদ্যালয়ে তথ্য দাখিল কৰা নাই’

TET শিক্ষকৰ নিয়মীয়াকৰণ প্ৰসংগঃ

‘তেওঁলোকৰ হাতত option দিয়া হৈছে’

‘টেট শিক্ষকে প্ৰতিবাদ কৰি নিয়মীয়াকৰণ প্ৰক্ৰিয়াটো বিলম্ব কৰিছে’

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

19 + eleven =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.