AssamCity newsleatest updatenationalSportsঅসমক্ৰিকেটখেলগুৱাহাটীদৈনিক বাতৰি

T20 বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা, ৯ উইকেটত বিধবস্ত আফগান বাহিনী……

T20 বিশ্বকাপৰ ফাইনেলত দক্ষিণ আফ্ৰিকা

প্ৰথমবাৰলৈ ফাইনেলত উপনীত পেট্ৰিয়াছ বাহিনী

ছেমি ফাইনেলত শোচনীয় পৰাজয় আফগানিস্তানৰ

৯ উইকেটত বিধবস্ত আফগান বাহিনী

ইনিংছ আৰম্ভ কৰি বেটিং ব্যৰ্থতা আফগানিস্তানৰ

প্ৰথমে বেটিং কৰি ৫৬ ৰানত অলআউট আফগানিস্তানৰ

প্ৰত্যুত্তৰত ৮.৫ অভাৰত বিজয় লক্ষ্যত উপনীত দঃ আফ্ৰিকা

বিশ্বকাপত বৰ্তমানলৈ অপৰাজিত হৈ আছে দক্ষিণ আফ্ৰিকা

আজি দ্বিতীয়খন ছেমিত মুখামুখি হ’ব ভাৰত-ইংলেণ্ড

সন্ধিয়া ৮ বজাত অনুষ্ঠিত হ’ব হাইভল্টেজ মেচখন

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − 6 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.