অসমক্ৰিকেটখেলগুৱাহাটীভাৰত

আহি পালে সেই ক্ষণ! ৫ এপ্ৰিলৰ বাবে সাজু বৰ্ষাপাৰা।

আজি গুৱাহাটী পাবহি দুয়োটা দলৰ খেলুৱৈসকল।

আহি পালে সেই ক্ষণ। মাজত মাত্ৰ এটা দিন। অসমৰ ক্ৰিকেট প্ৰেমীৰ বাবে সুখবৰ। প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত হ’ব IPL মেচ। ৫ এপ্ৰিলৰ বাবে সাজু বৰ্ষাপাৰা। আজি গুৱাহাটী পাবহি দুয়োটা দলৰ খেলুৱৈসকল।

পাঞ্জাৱ কিংছৰে মুখামুখি হ’ব ৰাজস্থান ৰয়েলছ। দিনৰ ভাগতে বৰঝাৰ বিমান বন্দৰ পাবহি টীম পাঞ্জাৱ কিংছ। তাৰ পৰা পোনে পোনে হোটেল ভিভাণ্টালৈ যাব টীম পাঞ্জাৱ। সন্ধিয়া ৫ বজাত বিশেষ বিমানযোগে আহিব টীম ৰাজস্থান ৰয়েলছ। হোটেল ৰেডিচন ব্লু’ত থাকিব ৰাজস্থান ৰয়েলছৰ খেলুৱৈসকল। ৪ এপ্ৰিলত বৰ্ষাপাৰাত দুয়োটা দলে পৃথকে পৃথকে কৰিব অনুশীলন।

 

 

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

1 × five =

Back to top button