আন্তঃৰাষ্ট্ৰীয়ৰাজনৈতিক

ইউক্ৰেইনত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত! কেনে পৰিস্থিতি এতিয়া ইউক্ৰেইনৰ

আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন

◾ইউক্ৰেইনত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ অব্যাহত

◾আক্ৰমণত বিধ্বস্ত হৈ পৰিছে ইউক্ৰেইন

◾ৰাছিয়াৰ আক্ৰমণত নিহত শতাধিক অসামৰিক লোক

◾ইউক্ৰেইনৰওপৰত স্থল, বায়ু আৰু নৌ সেনাৰে আক্ৰমণ

◾ইউক্ৰেইনৰ ৰাজধানী কিৱত ৰাছিয়াৰ ধাৰাবাহিক আক্ৰমণ

◾ইউক্ৰেইনৰ ১১টাকৈ বিমান ঘাটি ধ্বংস ৰাছিয়াৰ গোলাবৰ্ষণত

◾ৰাছিয়াৰ দখলত ইউক্ৰেইনৰ পৰমাণু কেন্দ্ৰ

◾ছাৰ্ণবাইল পৰমাণু কেন্দ্ৰ ৰাছিয়াৰ দখলত

◾ইউক্ৰেইনৰ ৭৪টা সামৰিক ঘাটিত আঘাত ৰাছিয়াৰ

◾পুটিনৰ সৈতে আলোচনা সমাপ্ত প্ৰধানমন্ত্ৰী মোদীৰ

◾প্ৰায় ২৫ মিনিট ধৰি দুয়োৰে মাজত চলে কথোপকথন

◾আলোচনাৰ মাজেৰে সংঘাত নিৰাময়ৰ আহ্বান পুটিনক

◾ভাৰতীয় লোকৰ সুৰক্ষা নিশ্চিত কৰাৰো আহ্বান প্ৰধানমন্ত্ৰীৰ

◾দ্বিতীয় দিনাও ৰাছিয়া অধিক আক্ৰমণাত্মক

◾শুকুৰবাৰে পুৱা ইউক্ৰেইনৰ ৰাজধানীত কিৱত বিস্ফোৰণ

◾যুদ্ধ বিধ্বস্ত ইউক্ৰেইনত আৰম্ভ খাদ্যৰ নাটনি

◾ৰাছিয়াৰ আগ্ৰাসনৰ কথা ব্যক্ত কৰিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিয়ে

◾ৰাষ্ট্ৰপতি জেলেনস্কিৰ আশংকা ৪ দিনত ৰাছিয়াই কব্জা কৰিব ৰাজধানী

◾বিশ্বই ইউক্ৰেইনক অকলশৰীয়া কৰা বুলি মন্তব্য ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিৰ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

sixteen − thirteen =

Back to top button