Socialঅসমঅসম আৰক্ষী

ৰাজ্যত ২৪ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ

অপৰাধীৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ এনকাউণ্টাৰ

অপৰাধীৰ বিৰুদ্ধে অব্যাহত অসম আৰক্ষীৰ এনকাউণ্টাৰ।

ৰাজ্যত ২৪ ঘণ্টাত দুটাকৈ এনকাউণ্টাৰ সংঘটিত কৰে অসম আৰক্ষীয়ে। গোসাঁইগাঁৱৰ পাছত এইবাৰ লখিমপুৰত অসম আৰক্ষীৰ এনকাউণ্টাৰ। ড্ৰাগ্ছ সৰবৰাহকাৰীলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।

বৃহস্পতিবাৰে আটক কৰা নগাঁৱৰ ২ ড্ৰাগছ বেপাৰীক লখিমপুৰৰ পথালি পাহাৰৰ পৰা আটক কৰিছিল আৰক্ষীয়ে।
ড্ৰাগ্ছৰ ঘাটি দেখুৱাবলৈ নিওতে পলায়নৰ চেষ্টা কৰাত পাৰ্বতীপুৰৰ বুধবৰীয়া বজাৰৰ সমীপত এনকাউণ্টাৰ সংঘটিত কৰে আৰক্ষীয়ে।

গুলীবিদ্ধ ড্ৰাগ্ছ সৰবৰাহকাৰী আব্দুৰ জব্বৰ আৰু জাকিৰ হুছেইনক লখিমপুৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন কৰা হয়।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 + 7 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.