অসমদৈনিক বাতৰিভাৰত

দেশৰ ৰে’ল মানচিত্ৰৰ বাবে এক সুখবৰ, ৬ আগষ্টত ৫০৮ ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন

দেশৰ ৰে’ল মানচিত্ৰৰ বাবে এক সুখবৰ, ৬ আগষ্টত ৫০৮ ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন

দেশৰ ৰে’ল মানচিত্ৰৰ বাবে এক সুখবৰ

৬ আগষ্টত ৫০৮ ৰে’ল ষ্টেচনৰ আধাৰশিলা স্থাপন

প্ৰধানমন্ত্ৰী মোদীয়ে একেলগে স্থাপন কৰিব আধাৰশিলা

বিশ্বমানৰ পৰ্যায়লৈ উন্নীত কৰাৰ প্ৰয়াস

তালিকাত আছে অসমৰ ৩২টা ষ্টেচন

অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই কাৰ্যসূচী

৯২২ কোটি টকা ব্যয় সাপেক্ষে এই আধুনিকীকৰণৰ ব্যৱস্থা

উল্লেখ্য যে চলিত বিত্তীয় বৰ্ষৰ বাজেটতঅমৃত ভাৰত ষ্টেচন আঁচনিৰ শিতানত ১০,২৬৯ কোটি টকা ঘোষণা কৰা হৈছিল। আৰু তাৰ বাবে বাছনিকৃত ৰে’লৱে ষ্টেচনসমূহৰ মাজত অসমৰ ৫০টা ষ্টেচন অন্তৰ্ভুক্ত হৈছিল।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

five × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.