AssamCity newsCMO AssamEducationGovernment SchemeHimanta Biswa Sarmaleatest updatenorth eastPMo indiaSocialSocial Networkঅসমআঞ্চলিকআন্তঃৰাষ্ট্ৰীয়শিক্ষা

ছাত্ৰ ছাত্ৰীসকললৈ নতুন নিৰ্দেশনা

স্কুলবেগৰ ওজন কমোৱাৰ নিৰ্দেশ শিক্ষা বিভাগৰ

 

বিভিন্ন সময়ত স্কুলিয়া ছাত্ৰ ছাত্ৰীসকলক নিৰ্দেশনা দেখা পোৱা যায় । পুনৰ বাৰ নতুন নিৰ্দেশনা জাৰী কৰিছে শিক্ষা বিভাগে ।ছাত্ৰ-ছাত্ৰীৰ স্কুলবেগৰ ওজন কমোৱাৰ নিৰ্দেশ জাৰী কৰা হৈছে । অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ জিলা শিক্ষা বিষয়ালৈ ।  চলিত শিক্ষাবৰ্ষৰ পৰাই কাৰ্যকৰী কৰাৰ এই নিৰ্দেশ । প্ৰতিখন বিদ্যালয়ে পালন কৰিব লাগিব এই নিৰ্দেশ ।শিক্ষা বিভাগে যিকোনো মুৰ্হূততে কৰিব ওজনৰ পৰীক্ষা ।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

20 − 16 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.