leatest updatenationalSportsworld cupউৎসৱখেলদৈনিক বাতৰিবিশ্ব

ঘোষণা হ’ল T-20 ক্ৰিকেট বিশ্বকাপৰ সূচী, ১ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজ, আমেৰিকাৰ বিশ্বকাপৰ মেচ…..

ঘোষণা হ’ল T-20 ক্ৰিকেট বিশ্বকাপৰ সূচী....

ঘোষণা হ’ল T-20 ক্ৰিকেট বিশ্বকাপৰ সূচী

১ জানুৱাৰীৰ পৰা ৱেষ্ট ইণ্ডিজ, আমেৰিকাৰ বিশ্বকাপৰ মেচ

উদ্বোধনী মেচত মুখামুখি হ’ব কানাডা-আমেৰিকা

আয়াৰলেণ্ডৰ বিৰুদ্ধে ৫ জুনত ভাৰতৰ প্ৰথম মেচ

৯ জুনত পাকিস্তানৰ মুখামুখি হ’ব ভাৰত

১২জুনত ইউনাইটেড ষ্টেট, ১৫ জুনত কানাডাৰ বিৰুদ্ধে খেলিব ভাৰতে

আফগানিস্তানৰ বিৰুদ্ধে আজি ঘোষণা হ’ব টীম ইণ্ডিয়াৰ খেলুৱৈৰ নাম

ৰোহিত-বিৰাটৰ অন্তৰ্ভুক্তিক লৈ উৎকণ্ঠিত দেশবাসী

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − one =

Back to top button