শ্ৰেণীবিহীন

যুগ্মজীৱনৰ ৫টা বছৰ অতিক্ৰম কৰিলে বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাই

বিৰাট কোহলী আৰু অনুষ্কা শৰ্মাৰ আজি পঞ্চম বিবাহ বাৰ্ষিকী

ভাৰতীয় ক্ৰিকেটাৰ বিৰাট কোহলী আৰু বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী অনুষ্কা শৰ্মাৰ আজি পঞ্চম বিবাহ বাৰ্ষিকী। যুগ্মজীৱনৰ ৫টা বছৰ সুখে-দূখে একেলগে অতিক্ৰম কৰিলে দুয়োৱে। সামাজিক মাধ্যমযোগে বিৰাট কোহলীয়ে দুয়োৰে এখন ফটো শ্বেয়াৰ কৰি লিখিলে, ‘৫ বছৰ অনন্তকালৰ যাত্ৰাত তোমাক পাই বহুত ধন্য হৈছো , মই তোমাক অন্তৰেৰে ভাল পাওঁ’

 

 

অনুৰাগীসকলে দুয়োলৈ জনালে বিবাহ বাৰ্ষিকীৰ অভিনন্দন। আমাৰ তৰফৰ পৰাও দুয়োগৰাকী তাৰকালৈ থাকিল বিবাহ বাৰ্ষিকীৰ অশেষ শুভকামনা

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

twenty − 19 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.