শ্ৰেণীবিহীন

প্ৰৱল বৰষুণে বিপৰ্যয় নমাইছে নতুন দিল্লীকে ধৰি সমগ্ৰ দিল্লী প্ৰদেশত।

ৱাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় বৃহৎ অঘটন।

প্ৰৱল বৰষুণে বিপৰ্যয় নমাইছে নতুন দিল্লীকে ধৰি সমগ্ৰ দিল্লী প্ৰদেশত। বৰষুণৰ ফলতে আজি পুৱাই দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত সংঘটিত হয় বৃহৎ অঘটন। খহি পৰে বিমানবন্দৰটোৰ এটা টাৰ্মিনেলৰ চাঁদ।

ফলত কেইবাজনো লোক আহত হয়। এই প্ৰৱল বৰষুণৰ বাবেই নতুন দিল্লীৰ বিস্তীৰ্ণ অঞ্চল হৈ পৰে জলমগ্ন। অপৰিকল্পিত পথ, উপপথ নিৰ্মাণৰ ফল ভুগিছে দিল্লীৰ বাসিন্দাই।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

16 − 11 =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.