অসম

‘পাঠান নমাই দিলো’। Next চলমান খানক নমাম! এতিয়া বহুত বেছি অসমীয়া হ’ব লাগিব। we need to be Assamese. কথাটো সেইটো, বেলেগ কথা নাই’

‘পাঠান নমাই দিলো'। Next চলমান খানক নমাম!

মঞ্চত পুনৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ বিস্ফোৰণ। বজালীৰ আমদহ বৰলা সভা মহোৎসৱৰ হীৰক জয়ন্তীত সংগীতানুষ্ঠান আছিল জুবিন গাৰ্গৰ। সংগীতানুষ্ঠানৰ মাজতে মন্তব্য জুবিনৰ। জুবিনে ক’লে- ‘পাঠান নমাই দিলো next লমান খানক নমাম এতিয়া বহুত বেছি অসমীয়া  লাগিব we need to be Assamese. কথাটো সেইটোবেলেগ কথা নাই। লগতে কণ্ঠশিল্পী গৰাকীয়ে ক’লে- ‘ হিন্দী গান গাঁওতে মোক বহুতে গালি দিছিল কিন্তু মই গামেই’। এতিয়া জুবিনৰ এই মন্তব্য ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত।

Pratham Khabar News

প্ৰথম খবৰ 24/7 হৈছে অসমীয়া ছেটেলাইট নিউজ চেনেল 'নিউজ টাইম অসম'ৰ ৱেব চাইট। যি আপোনাক স্থানীয় আৰু লগতে দেশ-বিদেশৰ শেহতীয়া খবৰ দি থাকে।

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

4 × three =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.