অসম

কেনেকৈ হৈছিল তেজস্বিতাৰ মৃত্যু!

উন্মোচিত কেতবোৰ বিস্ফোৰক তথ্য

অকৰ্তৃত্বশীলভাৱে কৰ্তব্যত অনুপস্থিত আছিল হাস্পতালৰ অধীক্ষক
ছুটিৰ আবেদন কৰি মঞ্জুৰ নোহোৱাকৈ তেওঁ এৰিছিল মাজুলী
আবেদন কৰা সময়তকৈ বেছি দিন ছুটিত আছিল ডাঃ অমূল্য গোস্বামী
হাস্পতালৰ GNM নাৰ্ছ তিনিওগৰাকীও কৰ্তব্যৰ সময়ত নাছিল হাস্পতালত
সন্ধিয়া ডিউটিত থকা GNM নাৰ্ছ হাস্পতাললৈ আহিছিল পলমকৈ
মাজুলীত এডভাঞ্চ লাইফ ছাপৰ্ট ব্যৱস্থা সংযোগ কৰাৰ পৰামৰ্শ
ৰেডিঅ’লজিষ্ট আৰু এনাষ্টেছিয়া বিশেষজ্ঞ নিযুক্তি দিয়াৰো পৰামৰ্শ
মাজুলীত অতিৰিক্ত মেডিচিন, স্ত্ৰীৰোগ বিশেষজ্ঞ দিয়াৰো পৰামৰ্শ

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

2 × 4 =

Back to top button