অসমগুৱাহাটীদৈনিক বাতৰিভাৰতৰাজনৈতিক

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদী, ২৬খন নতুন যুঁজাৰু বিমান ৰাফেল-M লগতে ৩খন চাবমেৰিন ক্ৰয় কৰিব ভাৰতে

দুদিনীয়া ভ্ৰমণসূচীৰে ফ্ৰান্সত প্ৰধানমন্ত্ৰী মোদী

ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী এলিজাবেথ বাৰ্ণে আদৰিলে PM মোদীক

পেৰিছত PM মোদীক ব্যাপক আদৰণি ভাৰতীয় মূলৰ নাগৰিকৰ

ফ্ৰান্সৰ ৰাষ্ট্ৰীয় দিৱসত মুখ্য অতিথি হ’ব PM মোদী

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণকালত ফ্ৰান্সৰ সৈতে হ’ব গুৰুত্বপূৰ্ণ চুক্তি

ফ্ৰান্সৰ পৰা ২৬খন নতুন যুঁজাৰু বিমান ৰাফেল-M ক্ৰয় কৰিব ভাৰতে

প্ৰতিৰক্ষা সহযোগিতাৰ ক্ষেত্ৰত ভাৰত-ফ্ৰান্সৰ মাজত হ’ব বিশেষ চুক্তি

ভাৰতীয় নৌসেনাৰ বাবে ৩খন চাবমেৰিন ক্ৰয় কৰিব ভাৰতে

ভাৰতে ক্ৰয় কৰিবলগীয়া ২৬খন ৰাফেল-M নিয়োজিত হ’ব নৌ বাহিনীত

প্ৰায় ৪৫ হাজাৰ কোটি ব্যয় সাপেক্ষে ভাৰতে ক্ৰয় কৰিব ৰাফেল-M

 

Related Articles

প্ৰত্যুত্তৰ দিয়ক

আপোনৰ ইমেইল ঠিকনাটো প্ৰকাশ কৰা নহ’ব। প্ৰয়োজনীয় ক্ষেত্ৰকেইটাত * চিন দিয়া হৈছে

14 − four =

Back to top button
Close

Adblock Detected

Please disable your Ad Blocker to support our website. Thank You.